My second attempt at English Ghazal with Assamese Translation .
PEACE ELUSIVE
What I seek I never get,peace elusive
As I seek,further it is,peace elusive
Thought peace was drowning in your eyes
Mirage it was, absent bliss, peace elusive
Heart wounded bears the emotional scars
Lonely heart Silently weeps, peace elusive
Reaching for love shackled by fear of rejection
Judge me not wrong please, peace elusive
Till end of time will always wait for thee
How deeply you I do miss, Peace elusive
যি বিছাৰি খাওঁ হাবাথুৰি নাপাওঁ কাহানিও, শান্তি দুদিনীয়া
যিমানেই বিছাৰো সিমানেই দুৰৈত, তথাপিও শান্তি দুদিনীয়া
তোমাৰ চকুৰ গভীৰতাত ডুবিছিলো শান্তি বিচাৰি
বৃথা প্ৰেমৰ মৰিচিকাত নুবুজিলো শান্তি দুদিনীয়া
ক্লান্ত হৃদয় ক্ষতবিক্ষত শান্তিৰ সন্ধানত
নুবুজে নিৰৱে উচুপা হৃদয়েও শান্তি দুদিনীয়া
এখোজ আগুৱাই থমকি ৰওঁ প্ৰত্যাখ্যানৰ আশংকাত
নুবুজিবা তুমি ভুল মোক কাহানিও, শান্তি দুদিনীয়া
অনন্ত সময়ৰ সীমাৰ সিপাৰে তোমাৰ অপেক্ষাত
হৃদয়ত লৈ তোমাৰ প্ৰতিচ্ছবি, জানিও শান্তি দুদিনীয়া