Wrote this poem in my mother tongue Axomiya (Assamese) first and then translated to English today. Posting it here in the reverse order.
Just asked your name,
My friend,
To get introduced, and
You gave a long list of
Identification;
For me there was
Only one identity of you,
I wanted to build a bridge,
But the high wall of your identity, built by
The long list of
Nationality, ethnicity, language, religion,
Made it a bridge far away;
That you did not include
The color of your skin,
Acknowleging that I am not blind,
Thanks for the small mercy,
Friend of mine.
Au revoīr my friend,
Look me up
If one day you yearn
For company of man,
I shall be here,
The world is my home.
Oh, you never asked my name,
My friend,
May be it is unnecessary to you,
Still, let me introduce myself,
I am human.
নাম পৰিচয়
সুধিছিলোঁ নাম তোমাৰ বন্ধু
চিনাকি হ’বলৈ,
তুমি দিলা দীঘল তালিকা
তোমাৰ পৰিচয়ৰ,
মোৰ বাবেতো আছিল এটাই মাথোঁ
পৰিচয় তোমাৰ,
গঢ়িব খুজিছিলোঁ মই
বন্ধুত্বৰ সেঁতু,
জাতি, ধৰ্ম, ভাষা, দেশৰ তালিকাৰ
উচ্চ প্ৰাচীৰেৰে গঢ়িলা বন্ধু,
বিভাজনৰ হেতু,
তথাপিও জনালোঁ তোমাক
ধন্যবাদ বন্ধু,
নাইযে তালিকাত তোমাৰ
ছালৰ ৰং,
নাভাবিলা মই অন্ধ;
বিদায় বন্ধু আজিলৈ,
আহিবা বিচাৰি
যদি কেতিয়াবা হয় প্ৰয়োজন
মানুহৰ সঙ্গৰ,
থাকিম মই ইয়াতেই,
পৃথিৱীয়ে মোৰ ঘৰ;
অ’, নুসুধিলা মোৰ নাম,
হয়তো তোমাৰ নাই দৰকাৰ,
তথাপিও দিলোঁ পৰিচয় বন্ধু,
মই মানুহ ।