A poem I wrote today and translated to my mother tongue Axomiya (Assamese)
Hush, don’t say the word,
Love you,
There lies the end;
In forplay of courtship
exuberant eruption,
Intimacy signals the end,
Curtain falls.
In preparation
(anticipation)
lies the beauty of
creation,
In fulfillment,
Resignation.
On the altar of
greater good,
Self immolation,
Proudly we wear the
badge of satisfaction;
Lonely amidst
sea of appreciation,
In silence
we seek
Salvation .
নকবা ভাল পাওঁ বুলি,
সেয়াযে প্ৰেমৰ শেষ পৰিণতি,
শৃঙ্গাৰত সৃষ্টিৰ জ্বালামুখী লাভা,
সঙ্গমত পতনৰ আগজাননী;
যৱনিকা পতন।
প্ৰস্তুতিত মাধুৰ্য্য সৃষ্টিৰ
প্ৰাপ্তিত অৱসাদ ।
সমুহীয়া সুখৰ বেদীত
চেতনাৰ দি বলিদান,
সন্তুষ্টিৰ প্ৰতীক
গৰ্বেৰে কৰোঁ পৰিধান;
প্ৰশংসাৰ সাগৰত নিঃসঙ্গ,
নীৰৱতাত বিচাৰোঁ পৰিত্ৰাণ।